বিদ্যুৎ কৰ্তনবিদ্যুৎ চুম্বকত্ব

বিদ্যুৎ চুম্বক (Assamese) [ Roman: bi.dyut sum.bok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
1. Physics(Material Noun-Neuter) a device consisting of an iron or steel core that is magnetized by electric current in a coil that surrounds it বিদ্যুৎ প্ৰবাহৰ সহায়েৰে তৈয়াৰ কৰা চুম্বক, য’ত লো বা তীখাৰ দণ্ড এডালৰ এডাল পৰিবাহী তাঁৰৰ কুণ্ডলীৰে মেৰিয়াই তাৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰি চুম্বকত্ব প্ৰদান কৰা হয়